/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/e7cee963-e9f1-476d-b660-843a023c9c45/jamuguri_26.jpg)
জামুগুৰিৰ টৌভঙাত পথ দুৰ্ঘটনাঃ থিতাতে নিহত সামৰিক বাহিনীত কৰ্মৰত জোৱান...
জামুগুৰিহাটৰ টৌভঙাৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা৷
ডাম্পাৰ আৰু বাইকৰ মাজত হোৱা সংঘৰ্ষত থিতাতে নিহত এজন৷
নিহত বাইকআৰোহী যুৱকজন বিশ্বনাথৰ বালিচাংৰ ৰূপক হাজৰিকা।
আহত বাইক চালক নৃপেন হাজৰিকা৷
সামৰিক বাহিনীত কৰ্মৰত নিহত ৰূপক হাজৰিকা।
লখৰাস্থিত কেন্টিনৰপৰা বয়বস্তু লৈ বাইকত আহি থকাৰ পথতে এই দুৰ্ঘটনা।
আহত নৃপেন হাজৰিকা প্ৰথমে উত্তৰ জামুগুৰি গ্ৰাম্য চিকিৎসালয়লৈ প্ৰেৰণ।
সংকটজনক অৱস্থাত থকাৰ হেতুকে নৃপেন হাজৰিকাক তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ।
Also Read: জালুকবাৰীৰ পৰা খাৰুপেটীয়ালৈ যোৱাৰ পথত ডকাইতিৰ বলি হ'ল মহিলা...
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us