জামুগুৰিহাটত প্ৰাইজমাণী ক্ৰিকেট খেল প্ৰতিযোগিতা

জামুগুৰিহাটৰ সৰুভগীয়া গাঁৱত কাইলৈৰ পৰা আৰম্ভ হ'ব নিহাৰ ৰঞ্জন ভূঞা আৰু ভক্তি হাজৰিকা সোৱঁৰণী দিবা নৈশ প্ৰাইজমানী ক্ৰিকেট খেল প্ৰতিযোগিতা।

author-image
Asomiya Pratidin
New Update
 জামুগুৰিহাটত প্ৰাইজমাণী ক্ৰিকেট খেল প্ৰতিযোগিতা

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ জামুগুৰিহাটৰ সৰুভগীয়া গাঁৱত কাইলৈৰ পৰা আৰম্ভ হ'ব নিহাৰ ৰঞ্জন ভূঞা আৰু ভক্তি হাজৰিকা সোৱঁৰণী দিবা নৈশ প্ৰাইজমানী ক্ৰিকেট খেল প্ৰতিযোগিতা। জামুগুৰিহাটৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নিচেই কাষতে অনুষ্ঠিত হ'ব লগা এই প্ৰতিযোগিতাখনৰ বাবে উদোক্তা সকলে নিজৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে।

Advertisment

প্ৰতিযোগিতাখনিত বিজয়ী দলে আকৰ্ষণীয় ট্ৰফীৰ লগতে প্ৰাইজমাণী হিচাপে নগদ ৫০,০০০হাজাৰ টকা আৰু বিজেতা দলেও আকৰ্ষণীয় ট্ৰফীৰ লগতে নগদ ২০,০০০ হাজাৰ টকা লাভ কৰিব। প্ৰতিযোগিতাখনিত মেন অফ দা ছিৰিজ পোৱাজনে লাভ কৰিব ১o,ooo টকীয়া এম,টি,বি চাইকেল ।

Also Read: ভাৰত ৰঙ্গ মহোৎসৱলৈ নিৰ্বাচিত নগাঁৱৰ শিল্পকাননৰ নাট 'তদন্ত'

day-night cricket competition jamugurihaat