/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/dc1efc80-3617-4381-8323-af12e1c74e8a/22.jpg)
ডিজিটেল ডেস্ক, জামুগুৰিহাটঃ জামুগুৰিহাটৰ উত্তৰ নাগশংকৰ গাওঁ পঞ্চায়ত কাৰ্যালয়ত শুকুৰবাৰে অলপতে হৈ যোৱা খেল মহাৰণত পাৰদৰ্শিতা দেখুওৱা কুৰিৰো অধিক খেলুৱৈক উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰে পঞ্চায়ত কতৃপক্ষই ৷
সমষ্টিভিত্তিক খেল মহাৰনত সফলতা কঢ়িয়াই অনা খেলুৱৈ সকলক আজি পুৱা মেডেল বিতৰন কৰে চতিয়া আঞ্চলিক পঞ্চায়তৰ সভাপতি লক্ষীকান্ত বৰাই ৷ উক্ত সভাত উত্তৰ নাগশংকৰ গাওঁ পঞ্চায়তৰ সভানেত্ৰী দিপা তাঁতি, আঞ্চলিক সদস্য প্ৰমুক্ষে কৰি কৰ্মকৰ্তা সকলে অংশগ্ৰহন কৰে ৷
Also Read: পুনৰ বিজেপিৰ দখললৈ উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদ