জামুগুৰিহাটত উজ্বলা আচঁনিৰ অধীনত ৰন্ধন গেছ বিতৰণ

উল্লেখ্য যে, উজ্বলা আঁচনিৰ অধীনৰ এই ৰন্ধন গেছ বিতৰণ কৰে লেখক সাহিত্যিক তথা চতিয়া আঞ্চলিক পঞ্চায়তৰ সভাপতি লক্ষীকান্ত বৰাই৷

author-image
Asomiya Pratidin
New Update
জামুগুৰিহাটত উজ্বলা আচঁনিৰ অধীনত ৰন্ধন গেছ বিতৰণ

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ জামুগুৰিহাটৰ উত্তৰ নাগশংকৰ গাঁওপঞ্চায়ত এলেকাৰ গুটিবাৰীত বুধবাৰে প্ৰধান মন্ত্ৰী উজ্জ্বলা আঁচনিৰ অধীনত অৰ্দ্ধশতাধিক মহিলাক বিনামূলীয়া গেছ চিলিণ্ডাৰ অনুষ্ঠানিক ভাৱে বিতৰণৰ কৰা হয়।

Advertisment

উল্লেখ্য যে, উজ্বলা আঁচনিৰ অধীনৰ এই ৰন্ধন গেছ বিতৰণ কৰে লেখক সাহিত্যিক তথা চতিয়া আঞ্চলিক পঞ্চায়তৰ সভাপতি লক্ষীকান্ত বৰাই৷

ইয়াৰোপৰি এই কাৰ্য্যসুচীত অংশগ্ৰহণ কৰে শক্তি কেন্দ্ৰৰ আহবায়ক হেমন্ত শৰ্মা ,গাঁওপঞ্চায়ত সদস্য ধনবীৰ বসুমতাৰী আৰু সমাজকৰ্মী ঝমক চুব্বাকে ধৰি বিশিষ্ট ব্যক্তি সকলে৷

Also Read: নেহৰুৱে কৈছিল, কেৱল শিক্ষাৰ দ্বাৰা পিছপৰা জাতিক সহায় কৰিব পাৰি, সংৰক্ষণ মই সমৰ্থন নকৰো...

jamugurihaat pradhan mantri ujjala yojana