মাদলৰ তালে তালে ঝুমুৰ নাচিলে বিধায়ক পদ্ম হাজৰিকাই

মাদলৰ তালে তালে ঝুমুৰ নাচিলে বিধায়ক পদ্ম হাজৰিকাই

author-image
Asomiya Pratidin
New Update
মাদলৰ তালে তালে ঝুমুৰ নাচিলে বিধায়ক পদ্ম হাজৰিকাই

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ জামুগুৰিহাটৰ টুপীয়াত আদিবাসী লোকসকলে অনুষ্ঠিত কৰা পৱিত্ৰ কৰম উৎসৱত মূখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই ৷

কৰম উৎসৱৰ অনুষ্ঠানটি শুভ উদ্বোধন কৰে বিধায়ক পদ্ম হাজৰিকাই। অনুষ্ঠানটিৰ শুভ উদ্বোধন কৰি শিল্পীসকলে পৰিৱেশন কৰা ঝুমুৰ নাচ আৰু মাদলৰ তালে তালে নাচি বাগি আত্মহাৰা হৈ আনন্দ উল্লাসত মতলিয়া হৈ পৰে বিধায়কগৰাকী ।

Also Read: বিশ্বনাথত বিধ্বস্ত পথ : চকু মুদা কুলিৰ ভাওত জনপ্ৰতিনিধি

padma hazarika