/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/6f9cbed0-4eb4-4b98-acd1-476ba8e0feae/219.jpg)
জামুগুৰিহাটৰ ইটাখোলাত ড্ৰাগছ জব্দ
ইটাখোলা আৰু চতিয়া আৰক্ষীয়ে যুটীয়াভাৱে অভিযান চলাই অঞ্চলটোত
অঞ্চলটোৰ শইকীয়া চুবুৰীৰ পৰা ৮গ্ৰাম ড্ৰাগছসহ ৰোহিত বসুমতাৰী নামৰ সৰবৰাহকাৰীজনক আটক
ধৃত ড্ৰাগছ সৰবৰাহকাৰীজনৰ ঘৰ গোলাঘাটত বুলি জানিব পৰা গৈছে
আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰীজনে চলাই অহা স্কুটীখন জব্দ কৰিবলৈ সক্ষম হয়।
Also Read: মঙলদৈত গান্ধাৰী গগৈ সোঁৱৰণী সফল মাতৃ বঁটা আৰু প্ৰেৰণাময়ী মাতৃ বঁটা প্ৰদান