/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/f4283263-af4e-43b6-b1fc-9e99b9653c2b/4.jpg)
-
তেজপুৰৰ চামধৰাত সংঘটিত হৈছে চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা।
-
স্বামীয়ে পত্নীক চোকা অস্ত্ৰৰে হত্যা কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত।
-
তেজপুৰৰ বৰঘাট থানাৰ অধীনৰ চামধৰাত সংঘটিত হৈছে এই হত্যাকাণ্ডৰ ঘটনা।
-
চামধৰাৰ ইন্দ্ৰজিত ঘোষ নামৰ লোকজনে এখন চোকা অস্ত্ৰৰে পত্নী শান্তি ঘোষক হত্যা কৰে।
-
হত্যা কৰাৰ পাছত হত্যাকাৰী ইন্দ্ৰজিত ঘোষে চোকা অস্ত্ৰসহ আৰক্ষীৰ ওচৰত আত্মসৰ্মপন কৰিছে।
-
পাৰিবাৰিক কণ্ডলৰ পৰিণতিত এই হত্যাকাণ্ড সংঘটিত হোৱাৰ সন্দেহ।