/asomiyapratidin/media/post_attachments/asomiyapratidin/import/2021/09/dangor-khobr-2.jpg)
তেজপুৰ চিভিলৰ কাষত ভয়ংকৰ অগ্নিকাণ্ডঃ কেইবাটাও চিলিণ্ডাৰ বিস্ফোৰণ
তেজপুৰ চহৰত ভয়ংকৰ অগ্নিকাণ্ড।
চহৰখনৰ মাজত থকা কনকলতা অসামৰিক চিকিৎসালয়ৰ কাষত এই অগ্নিকাণ্ড।
এই অগ্নিকাণ্ডই বিপদ মাতিছে চিকিৎসালয়খনলৈও।
অগ্নিকাণ্ডৰ ফলত কেইবাটাও চিলিণ্ডাৰ বিস্ফোৰণ।
এই পৰ্যন্ত জানিব পৰা নাই অগ্নিকাণ্ডৰ কাৰণ, জুইৰ উৎস।
Also Read: সন্দিকৈ মহাবিদ্যালয়ত ৰাজবালা দাস সোঁৱৰণি ৰাষ্ট্ৰীয় বঁটা প্ৰদান...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us