তেজপুৰ চিভিলৰ কাষত ভয়ংকৰ অগ্নিকাণ্ডঃ কেইবাটাও চিলিণ্ডাৰ বিস্ফোৰণ

অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা নাই
তেজপুৰ চিভিলৰ কাষত ভয়ংকৰ অগ্নিকাণ্ডঃ কেইবাটাও চিলিণ্ডাৰ বিস্ফোৰণ
তেজপুৰ চিভিলৰ কাষত ভয়ংকৰ অগ্নিকাণ্ডঃ কেইবাটাও চিলিণ্ডাৰ বিস্ফোৰণ
  • তেজপুৰ চহৰত ভয়ংকৰ অগ্নিকাণ্ড।

  • চহৰখনৰ মাজত থকা কনকলতা অসামৰিক চিকিৎসালয়ৰ কাষত এই অগ্নিকাণ্ড।

  • এই অগ্নিকাণ্ডই বিপদ মাতিছে চিকিৎসালয়খনলৈও।

  • অগ্নিকাণ্ডৰ ফলত কেইবাটাও চিলিণ্ডাৰ বিস্ফোৰণ।

  • এই পৰ্যন্ত জানিব পৰা নাই অগ্নিকাণ্ডৰ কাৰণ, জুইৰ উৎস।

তেজপুৰ চিভিলৰ কাষত ভয়ংকৰ অগ্নিকাণ্ডঃ কেইবাটাও চিলিণ্ডাৰ বিস্ফোৰণ
সন্দিকৈ মহাবিদ্যালয়ত ৰাজবালা দাস সোঁৱৰণি ৰাষ্ট্ৰীয় বঁটা প্ৰদান...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in