গহপুৰত আটক তীৰ মাফিয়া...

দীৰ্ঘদিন ধৰি গহপুৰ নগৰত মাজমজিয়াত তীৰ খেলৰ ৰমৰমীয়া বেহা চলাই আহিছিল একাংশ দুষ্ট চক্ৰই।

author-image
Asomiya Pratidin
New Update
গহপুৰত আটক তীৰ মাফিয়া...

ডিজিটেল সংবাদ, গহপুৰঃ দীৰ্ঘদিন ধৰি গহপুৰ নগৰত মাজমজিয়াত তীৰ খেলৰ ৰমৰমীয়া বেহা চলাই আহিছিল একাংশ দুষ্ট চক্ৰই। গোপন সূত্ৰৰ পম খেদি দেওবাৰে অভিযান চলাই গহপুৰ আৰক্ষীয়ে । অভিযানত বহু কেইজন তীৰ খেলৰ মাফিয়াক আটক কৰে গহপুৰ আৰক্ষীয়ে।

Advertisment

আটকাধীন তীৰ মাফিয়া কেইগৰাকী ক্ৰমে ৰাজু দাস, খকনাত মিৰ্জা, কৰিম আলী, বাছিল খালক আৰু নিৰ্মল দাস। গহপুৰ নগৰৰ UCO বেংকৰ সমীপতে তীৰ খেলৰ ৰমৰমীয়া বেহা চলাই আহিছিল এই সকল অভিযুক্ত মাফিয়াই।

Also Read: দুৰ্ঘটনাত পতিত কৃষি মন্ত্ৰী অতুল বৰাৰ বাহন...

arrest