/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/85de5a40-cfe6-4978-ba28-10049ab88a63/ap_for_web_copy.jpg)
ডিজিটেল সংবাদ, জামুগুৰিহাটঃ জামুগুৰিহাটৰ মুঢ়াদল গাঁৱৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে পথ দুৰ্ঘটনা। দুখন ট্ৰাকৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়। সংঘৰ্ষত আহত হৈছে এজন চালক।
আহত চালক জনক স্থানীয় ৰাইজে ততাতৈয়াকৈ চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰে।নিশাৰ ভাগতৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হোৱা এই দুৰ্ঘটনাৰ ফলত দুয়োখন বাহন বেয়াকৈ ক্ষতিগ্ৰস্ত হয় আৰু দীৰ্ঘসময় ধৰি পথ বন্ধ হৈ পৰে৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us