
লখিমপুৰৰ পহুমৰাত ভয়ংকৰ দুৰ্ঘটনা ৷
সুৰাসক্ত চালকৰ বাবে সংঘটিত হয় এই দুৰ্ঘটনা ৷
নিয়ন্ত্রণ হেৰুৱাই এটা পৰিয়ালৰ বাসগৃহত সোমাল এখন বাহন।
এ আৰ ০৬ ভি ৩৫৭৭ নম্বৰৰ অৰুণাচলৰ পৰা অহা বলেৰ' বাহনে সংঘটিত কৰে এই ঘটনা।
ঘটনাৰ ফলত বাসগৃহটোৰ বিস্তৰ ক্ষতি হয় ৷
বাহনখনৰ চালকে অত্যধিক সুৰাপান কৰি আছিল বুলি ব্যক্ত স্থানীয়ৰ।
উল্লেখ্য যে, বাহনখনৰ চালক আৰু হেণ্ডিমেনৰ অৱস্থা সংকটজনক ৷