উত্তৰ জামুগুৰিত ৬৫ তম বাৰ্ষিক হৰি কীৰ্তন সমাৰোহ

উত্তৰ জামুগুৰিত ৬৫ তম বাৰ্ষিক হৰি কীৰ্তন সমাৰোহ

author-image
Asomiya Pratidin
New Update
উত্তৰ জামুগুৰিত ৬৫ তম বাৰ্ষিক হৰি কীৰ্তন সমাৰোহ

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ জামুগুৰিহাটৰ বালিজুৰিৰ ভানুপুৰৰ শিৱ মন্দিৰ প্ৰাংগনত অনুষ্ঠিত হৈ আছে আহোৰাত্ৰ অখণ্ড হৰি কীৰ্তন সমাৰোহ। উত্তৰ জামুগুৰি কেন্দ্ৰীয় হৰিকীৰ্তন সমিতিৰ উদ্যোগত ২২নবেম্বৰৰ পুৱাৰে পৰা ৩দিনীয়া কাৰ্য্যসূচীৰে আয়োজিত কৰা হৈছে ৬৫ তম বাৰ্ষিক অহোৰাত্ৰ অখণ্ড হৰিকীৰ্তন সমাৰোহ।

Advertisment

বুধবাৰে প্ৰথম দিনাৰ কাৰ্য্যসূচী অনুসৰি পুৱা বৃক্ষ ৰোপনৰ পিছতে অুষ্ঠিত হয় প্ৰতিনিধি সভা৷ বিয়লিৰ পৰিবেশ নিকা কৰণৰ পিছতে সন্ধিয়া এক লক্ষাধিক বন্তিপ্ৰজ্বলনেৰে আলোকিত কৰি বৈকুণ্ঠ নগৰিত পৰিণত কৰে অঞ্চলটো৷

Also Read: কাকপথাৰৰ বিস্ফোৰণৰ পিছতে আটক আলফা (স্বাঃ)ৰ কেডাৰ

jamugurihat