/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/f5976d34-2047-4277-b858-036b2df9ea4f/16.jpg)
ডিজিটেল সংবাদ, জামুগুৰিহাটঃ জামুগুৰিহাটৰ বালিজুৰি ভানুপুৰ শিৱমন্দিৰ প্ৰাংগনত উত্তৰ জামুগুৰি কেন্দ্ৰীয় হৰি কীৰ্তন সমিতিৰ উদ্যোগত ২২, ২৩ আৰু ২৪ নবেম্বৰত ৩ দিনীয়া বিস্তৃত কাৰ্যসূচীৰে অহোৰাত্ৰি অখণ্ড হৰি কীৰ্তনৰ আয়োজন কৰা হৈছে।
ইতিমধ্যে অখণ্ড কীৰ্তনৰ কাম ৯০% সম্পূৰ্ণ হৈ উঠিছে । উদ্যোক্তা সকলে সকলো শ্ৰেণীৰ ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি ও সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে ।
Also Read: চৰাইদেউত বিশ্ব ঐতিহ্য সপ্তাহৰ সৈতে সংগতি ৰাখি কৰ্মশালা-সজাগতা সভা সম্পন্ন
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us