/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/c8de8950-1500-4600-ab04-c3223293cfa8/Accident_jamuguri.jpg)
ডিজিটেল সংবাদ, জামুগুৰিহাট : জামুগুৰিহাটৰ কুসুমটোলাত ভয়ংকৰ পথ দুৰ্ঘটনা।
•কুসুমটোলা দিশৰ পৰা ইটাখোলা অভিমুখে তীব্ৰ বেগত গৈ থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই পথত বাগৰি পৰে এখন বাহন।
•বাহনখনৰ নম্বৰ এ এচ-১২ ৱাই-৬৯১১ ।
•ঘটনাত বাহনখনৰ চালক মাধৱ শইকীয়া গুৰুতৰভাবে আহত হয়।
•স্থানীয় ৰাইজে ১০৮ এম্বুলেঞ্চৰ জৰিয়তে চিকিৎসালয়লৈ প্ৰেৰণ কৰে গুৰুতৰ ভাবে আহত মাধৱ শইকীয়াক।
Also Read: আজি তাঁতৰ বিহু : গাঁৱৰ বোৱাৰী-জীয়ৰিয়ে পালন কৰিছে এই বিহু...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us