
শোণিতপুৰ আৰক্ষীক বৃহৎ সফলতা।
জামুগুৰিহাটৰ অসম অৰুণাচল সীমান্তৰ ইটাখোলাৰ পৰা জব্দ কৰিছে এই সুৰাখিনি।
আৰক্ষীয়ে জব্দ কৰিছে ৮ কাৰ্টুন অবৈধ অৰুণাচলী সুৰা।
ইটাখোলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ভাস্কৰ জ্যোতি শইকীয়াৰ নেতৃত্বত চলিছিল অভিযান।
অৱশ্যে আৰক্ষীৰ চকুত ধুলি দি পলাই সাৰে অবৈধ সুৰা সৰবৰাহকাৰী।