/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/3ffb1a9e-99c2-4694-954d-32e8f658995f/255.jpg)
শোণিতপুৰৰ ভালুকপংত IED উদ্ধাৰ
ভালুকপুংক বজাৰৰ সমীপৰ পৰা উদ্ধাৰ তিনিটাকৈ হস্তনিৰ্মিত IED
অনন্ত বৰা নামৰ এজন ব্যক্তিৰ পৰা উদ্ধাৰ
IED উদ্ধাৰ হোৱা ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে
অনন্ত বৰাই বোমাকেইটা নিজে নিৰ্মাণ কৰা বুলি আৰক্ষী সূত্ৰত প্ৰকাশ
ঘটনা সন্দৰ্ভত চলি আছে তদন্ত ৷
Also Read: জাগৰণ সচেতন নাগৰিক মঞ্চৰ সমন্বয় ৰাস : 'অৰণ্যপিতৃ' উপাধিৰে বিভূষিত যাদৱ পায়েং