জামুগুৰিহাটত গাঞ্জাসহ আটক এজন

জামুগুৰিহাটত গাঞ্জাসহ আটক এজন
  • জামুগুৰিহাটত ডেৰ কেজি গাঞ্জাসহ আটক এজনক।

  • আটক কৰা যুৱক জনৰ নাম আহাৰ আলী।

  • জামুগুৰি আৰক্ষীয়ে বিশেষ সূত্ৰৰ পম খেদি অঞ্চলটোৰ ভৰলী চাপৰিৰ পৰা আটক কৰে গাঞ্জা সৰবৰাহকাৰীজনক।

  • জামুগুৰি আৰক্ষীয়ে গাঞ্জা সৰবৰাহকাৰী আহাৰ আলীৰ বিৰূদ্ধে গোচৰ পঞ্জীয়ন কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে৷

জামুগুৰিহাটত গাঞ্জাসহ আটক এজন
'ইণ্ডিয়া'ৰ বৈঠকত অংশ গ্ৰহণ নকৰে মমতা, নীতিশ, অখিলেখ যাদৱে! অকলশৰীয়া হোৱাৰ দিশে কংগ্ৰেছ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in