জামুগুৰিহাটত ভয়ংকৰ অগ্নিকাণ্ড

জামুগুৰিহাটত ভয়ংকৰ অগ্নিকাণ্ড

author-image
Asomiya Pratidin
New Update
জামুগুৰিহাটত ভয়ংকৰ অগ্নিকাণ্ড

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ জামুগুৰিহাটৰ তৌভঙাৰ এখন কাৱাৰী দোকানত সোমবাৰে নিশা ৮ মান বজাত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড ৷ এই অগ্নিকাণ্ডত কাৱাৰী দোকান খনৰ কেইবা লক্ষধিক টকাৰ সা-সম্পত্তি জুইত ভষ্মিভূত হয় ৷

Advertisment

শ্বৰ্ট চাৰ্কিটৰ ফলতেই এই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি জানিব পৰা গৈছে ৷ জামুগুৰিৰ অগ্নিনিৰ্বাপক বাহিনীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ জুই নুমুৱাতহে কথমপি ৰক্ষাপৰে ওচৰ চুবুৰীয়া ৰাইজ ৷ অগ্নিকাণ্ডত ভষ্মীভূত হোৱা কাৱাৰী দোকানখনৰ স্বত্বাধিকাৰৰ নাম প্ৰকাশ বৰ্মন বুলি জানিব পৰা গৈছে ৷

Also Read: APSC কেলেংকাৰীঃ পুনৰ ৩ ৰাজপত্ৰিত বিষয়াক চি আই ডিত হাজিৰ হোৱাৰ নিৰ্দেশ...

fire