জামুগুৰিহাটত কৃতী ছাত্ৰ-ছাত্ৰীৰ সম্বৰ্দ্ধনা...

হাইস্কুল শিক্ষান্ত পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ কৃতী ছাত্ৰ-ছাত্ৰীৰ এক সম্বৰ্দ্ধনা অনুষ্ঠান অনুষ্ঠিত হয় ৷ পঞ্চায়ত এলেকাৰ বৰদিকৰাই কাৰ্কি ভৱনত অনুষ্ঠিত হয় অনুষ্ঠানটি ।
জামুগুৰিহাটত কৃতী ছাত্ৰ-ছাত্ৰীৰ সম্বৰ্দ্ধনা...

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ কৃতী ছাত্ৰ-ছাত্ৰীৰ এক সম্বৰ্দ্ধনা অনুষ্ঠান অনুষ্ঠিত হয় ৷ পঞ্চায়ত এলেকাৰ বৰদিকৰাই কাৰ্কি ভৱনত অনুষ্ঠিত হয় অনুষ্ঠানটি । উক্ত অনুষ্ঠানটিত চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ দ্বাৰা প্ৰেৰিত অভিনন্দন পত্ৰৰ লগতে ফুলাম গামোচাৰে উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰা হয় ছাত্ৰ-ছাত্ৰীসকলক।

এই সম্বৰ্ধনা জ্ঞাপন কৰে গাঁও পঞ্চায়তটোৰ সভাপতি দিপক নেৱাৰে ৷ অনুষ্ঠানটিত অংশগ্ৰহণকাৰী বিশিষ্ট ব্যক্তি তথা ৰাইজে কৃতী ছাত্ৰ-ছাত্ৰীসকলক আশীৰ্বাদ প্ৰদান কৰি উজ্জ্বল ভৱিষ্যত কামনাৰে প্ৰাৰ্থনা জনায় ৷

জামুগুৰিহাটত কৃতী ছাত্ৰ-ছাত্ৰীৰ সম্বৰ্দ্ধনা...
পূব কামৰূপ উচ্চ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তীৰ শুভাৰম্ভণী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in