/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/1d397bc4-abb6-43a6-8c1b-b039551d8c9d/332.jpg)
-
শোণিতপুৰ জিলাৰ চাৰিদুৱাৰত আবকাৰী বিভাগৰ তীব্ৰ অভিযান ৷
-
ৰঙাপৰা আবকাৰী বিভাগে অভিযান চলাই জব্দ কৰে এখন বিলাসী বলেন বাহনসহ অৰুনাচলী সুৰা ৷
-
অৰুণাচলৰ পৰা অসমলৈ সৰবৰাহ কৰি থকা অৱস্থাত গোপন সুত্ৰৰ পম খেদি গাড়ীসহ এজনক আটক ৷
-
জব্দকৃত বাহনখনৰ নম্বৰ AS 12- AE- 5596।
-
আনহাতে আটকাধীন লোকজন পূৰ্ণ বড়ো বুলি জানিব পৰা গৈছে ৷
-
জব্দকৃত সুৰাখিনিৰ মূল্য প্ৰায় ৪০,০০০ টকা বুলি আবকাৰী সূত্ৰত প্ৰকাশ ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/a991b20d-0409-446d-93a9-46262864550f/c0889b37-6b8b-4e98-899e-2b5088446fc2.jpg)
Also Read: ভোট জলকীয়া,ড্ৰেগন ফল আদিৰে স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছে নয়ন গয়াৰী আৰু বিমল নাৰ্জাৰীয়ে