শোণিতপুৰৰ সীমান্তৱৰ্তী অঞ্চলৰ নলাত আবদ্ধ হাতী

শোণিতপুৰৰ সীমান্তৱৰ্তী অঞ্চলৰ নলাত আবদ্ধ হাতী

author-image
Asomiya Pratidin
New Update
শোণিতপুৰৰ সীমান্তৱৰ্তী অঞ্চলৰ নলাত আবদ্ধ হাতী

ডিজিটেল সংবাদ,শোণিতপুৰ : শোণিতপুৰ জিলাৰ অসম-অৰুণাচল সীমান্তৰ ৰিংসাংপুৰৰ নলাত আবদ্ধ হাতী। বিগত ৩দিন ধৰি অসুস্থ এটা বনৰীয়া হাতীটো পাহাৰৰ মাজৰ এটি নলাত আবদ্ধ হৈ আছে।

Advertisment

স্থানীয় লোকে বন বিভাগক খবৰ দিয়াৰ পাছত বন বিভাগ উপস্থিত হৈ হাতীটোৰ চিকিৎসা কৰি আছে যদিও সুস্থ হৈ উঠা নাই । বন বিভাগে জনোৱা মতে হাতীটোৰ আগ ঠেং দুখন কাম নকৰাত উঠিব পৰা নাই।

Also Read: ফটোগ্ৰাফীত চিলাপথাৰৰ যুৱক সঞ্জয় শীলৰ সাফল্য

elephant