/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/08/agrani-batory-22.jpg)
তেজপুৰত ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ...
-
তেজপুৰত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান।
-
মহাভৈৰৱ আৰক্ষীৰ জালত এটা ড্ৰাগছ সৰবৰাহকাৰী।
-
গ্ৰেপ্তাৰ ফাৰুক হুছেইন নামৰ এটা ড্ৰাগছ সৰবৰাহকাৰী।
-
আৰক্ষীয়ে আটক কৰিছে ফাৰুকৰ পৰা ড্ৰাগছ ক্ৰয় কৰিবলৈ যোৱা আন এজন যুৱকক।
-
আটকাধীন যুৱকজনৰ নাম দেৱজিৎ ৰয়।
-
তেজপুৰৰ গোটলং ভিতৰ সুঁতিত চলিছিল এই অভিযান।
Also Read: ৰঙিয়াৰ তুলসীবাৰী বজাৰত ভয়াৱহ অগ্নিকাণ্ড...