/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/breaking-Plate.jpg)
ৰঙিয়াৰ তুলসীবাৰী বজাৰত ভয়াৱহ অগ্নিকাণ্ড...
ৰঙিয়াত বিধ্বংসী অগ্নিকাণ্ড।
ৰঙিয়াৰ তুলসীবাৰী বজাৰত এই ঘটনা।
ভস্মিভূত হ'ল ৪ খনকৈ ব্যৱসায়ীক প্ৰতিষ্ঠান।
ঘটনাত কেইবালাখ টকাৰ ক্ষতিসাধান।
শ্বৰ্ট চাৰ্কিটৰ ফলতে এই ঘটনা ঘটাৰ সন্দেহ।
অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত জুই নিৰ্বাচিপত।
Also Read: পহিলা জানুৱাৰীৰ নিশা ছিপাঝাৰত পথ দুৰ্ঘটনাঃ থিতাতে নিহত বাইক আৰোহী...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us