চতিয়াত নৃশংস হত্যাকাণ্ডঃ পুতি থোৱা অৱস্থাত উদ্ধাৰ মৃতদেহ

city murder
city murder
  • চতিয়াত সংঘটিত হৈছে নৃশংস হত্যাকাণ্ড ৷

  • হত্যা কৰি পুটি থোৱা অৱস্থাত উদ্ধাৰ হৈছে দয়াল মণ্ডল নামৰ ব্যক্তি জনৰ মৃতদেহ ৷

  • দহদিন ধৰি সন্ধানহীন হৈ আছিল লোকজন ৷

  • সোমবাৰে চতিয়াৰ গেৰেকীৰ পূৱ ভোলাগুৰীৰ নোমল মূড়া নামৰ লোকজনৰ ঘৰৰ পিছফালে পুতি থোৱা অৱস্থাত আৰক্ষীয়ে উদ্ধাৰ কৰে মৃতদেহটো ৷

  • আনহাতে সম্প্ৰতি নোমল মূড়া ওঁ পলাতক অৱস্থাত আছে বুলি জানিব পৰা গৈছে ৷

city murder
মেট্ৰিক পৰীক্ষাৰ ফলাফলত উজলিল খনামুখ মডেল একাডেমী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in