/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/a29cc354-bd84-4f74-bb4c-63b745b0d4f7/2.jpg)
ডিজিটেল সংবাদ, জামুগুৰিহাটঃ দেওবাৰে জামুগুৰিহাটত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। জামুগুৰীহাটৰ এৰাবাৰীৰ শিৱথানৰ কাষৰ পুখুৰীত উদ্ধাৰ হৈছে এটা মৃতদেহ।
জানিব পৰামতে, উদ্ধাৰ হোৱা মৃতদেহটো মলাই চাহু নামৰ ব্যক্তিগৰাকীৰ বুলি চিনাক্ত কৰা হৈছে। ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে৷
Also Read: বড়োলেণ্ড সাংবাদিক সন্থাৰ ওদালগুৰি জিলা সমিতি গঠন