/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/big-news-face.jpg)
বিশ্বনাথত হৃদয় বিদাৰক ঘটনাঃ দুই সন্তানসহ মাতৃৰ সলিল সমাধি...
বিশ্বনাথৰ জপৌবাৰীত হৃদয় বিদাৰক ঘটনা।
মাতৃসহ দুই শিশুৰ সলিল সমাধি।
সোমবাৰৰ পৰা সন্ধানহীন হৈ আছিল দুই সন্তানসহ এগৰাকী মাতৃ।
আজি পুৱা ঘৰৰ সমীপৰ পুখুৰীত উদ্ধাৰ তিনিওৰে মৃতদেহ।
নিহত মাতৃগৰাকীৰ নাম মিনালী ওৰাং।
আনহাতে নিহত দুই সন্তান ক্ৰমে ৰোহন ওৰাং আৰু আনন্দ ওৰাং।
Also Read: স্বাধীনতা দিৱসৰ আনন্দ উল্লাসৰ মাজতে মহানগৰীত উদ্ধাৰ মৃতদেহ...