/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/7cb65e41-ea81-4ce1-8dea-a117d0471e2a/126.jpg)
-
বিশ্বনাথ জিলাৰ বিহালী অঘটন।
-
পণ্ডিত দীনদয়াল আদৰ্শ মহাবিদ্যালয়ৰ কোৱাৰ্টাৰত শুই থকা অৱস্থাত উদ্ধাৰ অধ্যাপকৰ মৃতদেহ।
-
মৃত অধ্যাপকগৰাকীৰ নাম শেখৰ বৈশ্য(৪৫)।
-
তেখেত আছিল অংক বিভাগৰ অধ্যাপক।
-
দণ্ডাধীশৰ উপস্থিতিত মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।
-
লগতে আৰক্ষীয়ে ঘটনা সম্পৰ্কে তদন্ত অব্যাহত ৰাখিছে।
-
মৃত্যুৰ সময়ত অধ্যাপক বৈশ্যই পত্নীসহ ৫বছৰীয়া এটি সন্তানক ইহসংসাৰত এৰি থৈ যায়।
Also Read: ভোটদান কৰিবলৈ আহি লামডিঙত আবদ্ধ হাজাৰ হাজাৰ যাত্ৰী