/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/71d4d33a-9f41-495f-a625-8f378ee854e0/ap_for_web_copy.jpg)
- বিশ্বনাথৰ ১ নং সাকোমথা সমবায় সমিতিক চাউল হৰলুকী কৰাৰ অভিযোগত নিলম্বন। 
- সমবায় সমিতিৰ চাউল বিতৰণ কাৰ্যৰ দায়িত্ব বিশ্বনাথ সমবায় সমিতিক অৰ্পণ কৰ্তৃপক্ষৰ। 
- এতিয়াৰ পৰা সাকোমথা সমবায় সমিতিৰ অন্তৰ্গত বিদ্যালয়, সুলভ মূল্যৰ দোকানৰ এজেণ্ট আৰু অংগনৱাড়ী কেন্দ্ৰক বিশ্বনাথ সমবায়ে যোগান ধৰিব চৰকাৰী চাউল। 
- উল্লেখ্য যে কিছু দিন পূৰ্বে দৰিদ্ৰ সীমাৰেখাৰ তলৰ হিতাধিকাৰী, বিদ্যালয়ৰ লগতে অংগনৱাড়ী কেন্দ্ৰৰ নামত আৱণ্টিত চাউল হৰলুকিৰ ঘটনা সংঘটিত কৰিছিল সমবায়খনে। 
- উক্ত চাউলৰ পৰিমাণ আছিল প্ৰায় ৭০০ কুইণ্টল। 
- ঘটনাত সচিব জড়িত থকাৰ অভিযোগ । 
Also Read: গৌৰিপুৰৰ ৰে'লপথত উদ্ধাৰ অচিনাক্তৰ মৃতদেহ...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
/asomiyapratidin/media/member_avatars/a-/AFdZucrahs0cQJtCvPJgez1pmKf-b8DYLM8QcmdGGzcV=s96-c.jpeg )
 Follow Us
 Follow Us