জামুগুৰিহাটৰ খলিহামাৰিত সুগৰী পহু উদ্বাৰ...

এঘৰ লোকৰ ৰান্ধনী ঘৰত সোমাই থকা অৱস্থাত উদ্ধাৰ

author-image
Asomiya Pratidin
New Update
জামুগুৰিহাটৰ খলিহামাৰিত সুগৰী পহু উদ্বাৰ...

জামুগুৰিহাটৰ খলিহামাৰিত সুগৰী পহু উদ্বাৰ...

ডিজিটেল সংবাদ জামুগুৰিহাটঃ জামুগুৰিহাটৰ খলিহামাৰি গাঁৱত শনিবাৰে পুৱাই উদ্ধাৰ হয় এটা সুগৰী পহু উদ্বাৰ হয় । ৰমা দেবী নামৰ এগৰাকী লোকৰ পাকঘৰত সোমাই থকা অৱস্থাত স্থানীয় ৰাইজ তথা অঞ্চলটোৰ সচেতন যুৱক সাগৰ চেত্ৰীয়ে কৌশলৰে পহুটোক উদ্বাৰ কৰি বন বিভাগক গতাই দিয়ে।

ইতিমধ্যে কাজিৰঙা ষষ্ঠ সংযোজন পৰা খাদ্যৰ সন্ধানত বন্য প্ৰাণীবোৰ প্ৰায় গাওঁ অঞ্চলত প্ৰবেশ কৰা পৰিলক্ষিত হৈছে।

Also Read: মিলন বৰগোহাঁইক লাগে পুনৰ আটাছুৰ সভাপতি পদঃ গোলাঘাটত উত্তপ্ত পৰিস্থিতি

জামুগুৰিহাট