/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/5eb45542-e925-4dfc-8f98-ac7c01f66632/kasho_new.jpg)
ডিজিটেল সংবাদ, গহপুৰঃ গহপুৰৰ চাৰিওদিশে পানীৰ মাজতেই এটা দুষ্প্ৰাপ্য কাছ উদ্ধাৰ হৈছে। গহপুৰৰ ১ নং দ'লা দলনিৰ মাতিয়া ভূঞাৰ ম'হখুটিৰ পৰা উদ্ধাৰ কৰে এটা কাছ ।
প্ৰায় ২০ কেজি ওজনৰ হ'ব দুষ্প্ৰাপ্য কাছটি । বৰ্তমানে কাছটো গহপুৰৰ বৰপুখুৰীত সংৰক্ষণৰ বাবে এৰি দিয়াৰ ব্যৱস্থা কৰা হৈছে।
Also Read: কলিয়াবৰৰ কৃতি শিক্ষাৰ্থীৰ অভিনন্দন অনুষ্ঠানত মন্ত্ৰী কেশৱ মহন্ত