শোণিতপুৰত আপৰ নিৰ্বাচনী প্ৰচাৰ

শোণিতপুৰত আপৰ নিৰ্বাচনী প্ৰচাৰ

ডিজিটেল সংবাদ, শোণিতপুৰঃ শোণিতপুৰ লোকসভাৰ অন্তৰ্গত বৰছলা বিধানসভা সমষ্টিৰ ঠেলামৰা গাওঁত আজি চুবুৰীয়ে চুবুৰীয়ে আপৰ নিৰ্বাচনী প্ৰচাৰ।

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াৰ নীতি আদৰ্শ আৰু পাঞ্জাৱৰ পৰিৱৰ্তিত ৰাজনীতিৰ প্ৰতি আকৰ্ষিত হৈ কংগ্ৰেছ আৰু বিজেপি দলৰ প্ৰায় শতাধিক কৰ্মী আহি আপত যোগদান কৰে।

বৃহস্পতিবাৰৰ সভা সমূহত সংগ দিয়ে আপ অসমৰ ৰাজ্যিক সভাপতি ডঃ ভৱেন চৌধুৰী ডাঙৰীয়াৰ লগতে বৰছলা বিধান সভাৰ আপৰ সন্মানীয় কার্যকৰ্তা সকলে।

শোণিতপুৰত আপৰ নিৰ্বাচনী প্ৰচাৰ
খহনীয়াৰ প্ৰকোপ বৃদ্ধিঃ  দেশৰ ধনী মহিলাগৰাকীয়ে বিদায় দিলে কংগ্ৰেছক...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in