New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/681c5e9a-6ecd-404d-8274-9ff5e8b5e31f/rail.jpg)
নিহত মহিলাগৰাকী
ডিজিটেল সংবাদ, জামিগুৰিহাটঃ
জামুগুৰিহাটৰ নাহৰবাৰীত ৰেলৰ খুন্দাত নিহত এগৰাকী মহিলা
লক্ষীমপুৰ দিশৰ পৰা আহি থকা ৰেলৰ খুন্দাত নিহত হয় মহিলাগৰাকী
নিহত মহিলাগৰাকী তৰামাই দলৈৰ বুলি চিনাক্ত
পুৱা সমবায় দোকানৰ পৰা চাউল আনিবলৈ হৈ ৰেললাইন পাৰ হবলৈ ধৰোতেই দুৰ্ঘটনাটো সংঘটিত হয়
Also Read: বজাৰত এইবোৰ কি গামোচা?
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us