বুকুৰ বুটাম খুলি থমঃ সাৰদা

'বুকুৰ বুটাম খুলি থ'ম' বুলি লিখি নিজৰ এখন ফটোৰে শিল্পী সাৰদা হাজৰিকাই দিয়া এটা ফেচবুক পোষ্টে ব্যাপক চৰ্চা লাভ কৰিছে
বুকুৰ বুটাম খুলি থমঃ সাৰদা

ডিজিটেল ডেস্ক: 'বুকুৰ বুটাম খুলি থ'ম' বুলি লিখি নিজৰ এখন ফটোৰে শিল্পী সাৰদা হাজৰিকাই দিয়া এটা ফেচবুক পোষ্টে ব্যাপক চৰ্চা লাভ কৰিছে। সামাজিক মাধ্যমত এইদৰে শিল্পী গৰাকীয়ে দিলে এক খবৰ।

তেওঁৰ শেহতীয়া গান -বুকুৰ বুটাম খুলি থ'ম। কিছু দিনৰ পাছতেই মুক্তি দিব শিল্পী গৰাকীৰ এই গীত।এই গীতৰ গীতিকাৰ শোণিত গগৈ। শিল্পী গৰাকীয়ে গীতটো ৰেকৰ্ডিং কৰা কিছু অডিঅ' শ্বেয়াৰ কৰিছে। ইতিমধ্যে ডাবিং সম্পূৰ্ণ হৈছে গীতটিৰ।

আৰু পঢ়ক: ১৫ জানুৱাৰীলৈ বন্ধ থাকিব বিদ্যালয়!

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in