/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/3a1cabdd-fc41-4fd3-8e58-ebf29597ffa4/agranii.jpg)
agrani khabar
সোণাৰীৰ টিঙালীবাম চাহ বাগিচাত অগ্নিকাণ্ড
অগ্নিকাণ্ডত ভস্মীভূত দুখন ব্যৱসায়িক প্রতিষ্ঠান
জুইত সম্পূৰ্ণৰূপে জাহ এখন ফাৰ্মাচী আৰু হোটেল
অগ্নিকাণ্ডত প্রায় ১৫ লক্ষাধিক টকাৰ সামগ্রীৰ ক্ষতিসাধন
অগ্নিকাণ্ডৰ কাৰণ এই পৰ্যন্ত জানিব পৰা হোৱা নাই
ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী
আৰক্ষীক তদন্তৰ পাছতহে পোহৰলৈ আহিব অগ্নি সূত্ৰপাতৰ কাৰণ
Also Read: ধেমাজিত চাঞ্চল্যকৰ ডকাইটি কাণ্ড...