/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/breaking-Plate.jpg)
সোণাপুৰ আৰক্ষীৰ জালত বাইক চোৰৰ গেং..
সোণাপুৰ আৰক্ষীৰ সফলতা।
সোণাপুৰ আৰক্ষীৰ জালত বাইক চোৰৰ গেং।
সোণাপুৰৰ বিভিন্ন ঠাইত চুৰি হোৱা ৫খন বাইক উদ্ধাৰ।
লগতে গ্রেপ্তাৰ মহিলাসহ ৪ বাইক চোৰ।
আটাইকেইখন বাইক মেঘালয়ৰ নংপোৰ পৰা উদ্ধাৰ।
ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত।
Also Read: বিহুৰ স্থানকলৈ উত্তৰ ঢকুৱাখনাত বিতৰ্কঃ গৰকিলে আৰক্ষী থানাৰ মজিয়া
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us