/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/837465d0-e355-4dfe-9caa-440a765681f8/111.jpg)
ধুবুৰীৰ চাপৰত চম্পাৱতী নৈৰে চোৰাং গৰু সৰবৰাহ
চম্পাৱতী নৈ হৈ ব্রহ্মপুত্রৰে বাংলাদেশলৈ সৰবৰাহ গৰু
চাপৰ আৰক্ষীৰ অভিযানত জব্দ এখন গৰুভৰ্তি বাহন
৯ টা চোৰাং গৰু উদ্ধাৰ আৰক্ষীৰ
ঘটনা সন্দৰ্ভত দুজনক আটক আৰক্ষীৰ
আটক কৰা লোক দুজনৰ নাম ছামাদ আলী, তাইজুদ্দিন শ্বেখ।
Also Read: একেই দিনাই ৰাষ্ট্ৰীয় ক্ৰীড়া মঞ্চৰ ফাইনেলত দুই অসম কন্যা লাভলীনা-জিণ্টিমণি