চাৰিদুৱাৰত হেৰ’ইনসহ আটক সৰবৰাহকাৰী

চাৰিদুৱাৰত হেৰ’ইনসহ আটক সৰবৰাহকাৰী

author-image
Asomiya Pratidin
New Update
লখিমপুৰত বিদ্যুৎপৃষ্ট হৈ মৃত্যু যুৱকৰ...

  • শোণিতপুৰৰ চাৰিদুৱাৰত হেৰ’ইনসহ আটক দুই সৰবৰাহকাৰী

  • অৰুণাচল অভিমুখী টাটা ছুম’ৰ পৰা জব্দ হেৰ’ইনখিনি

  • আটক চিত্র বাহাদুৰ ৰায় আৰু টেনজিন চঞ্জিৰ নামৰ দুজনক

  • জব্দকৃত হেৰ’ইনখিনিৰ মূল্য প্রায় ডেৰ লাখ।

Advertisment

Also Read: ৰাঙলু আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত ড্ৰাগছ সেৱন নিৰ্মূল অভিযান আৰু কাবাডী প্ৰতিযোগিতা

crime Assam police