শিৱসাগৰৰ বকতাত পথৰ দাঁতিত উদ্ধাৰ অ' এন জি চি বেটেলিয়ন জোৱানৰ মৃতদেহ...

পথৰ কাষৰ পৰা উদ্ধাৰ কৰা হৈছে এজন অ' এন জি চিৰ বেটেলিয়নৰ জোৱানৰ মৃতদেহ। জোৱানজন অ' এন জি চি ২৫ৰ বেটেলিয়ন

author-image
Asomiya Pratidin
New Update
ড্রাগছ আসক্ত যুৱকে কাঢ়ি নিলে মহিলাৰ বেগ

ডিজিটেল ডেস্ক : শিৱসাগৰৰ বকতাত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। পথৰ কাষৰ পৰা উদ্ধাৰ কৰা হৈছে এজন অ' এন জি চিৰ বেটেলিয়নৰ জোৱানৰ মৃতদেহ। জোৱানজন অ' এন জি চি ২৫ৰ বেটেলিয়ন আছিল।

Advertisment

শিৱসাগৰ জিলাৰ বকতা নাওহলীয়া গাঁৱত পথৰ কাষত বাইকসহ উদ্ধাৰ লোকজনৰ মৃতদেহ। লোকজন ডিব্রুগড়ৰ চাবুৱাৰ সঞ্জীৱ ফুকন বুলি চিনাক্ত কৰা হৈছে। সঞ্জীৱ ফুকনৰ মৃত্যুত এতিয়া সৃষ্টি হৈছে চাঞ্চল্যৰ। ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।

Also Read: ঢকুৱাখনাবাসী ৰাইজৰ আতিথ্যত আপ্লুত আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ

ongc Assam police