New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/breaking-Plate.jpg)
শিৱসাগৰৰ গৌৰৱ নগৰত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য
এটা ভাড়াঘৰত উদ্ধাৰ এজন যুৱকৰ মৃতদেহ
যুৱকজনক অজয় কুৰ্মী বুলি চিনাক্ত কৰা হৈছে
যুৱকজনক হত্যা কৰাৰ সন্দেহ
বাসুদেৱ কুমাৰ নামৰ লোকজনৰ ঘৰত ভাড়াতীয়া হিচাপে আছিল অজয়
স্নানাগাৰত পৰি থকা অৱস্থাত উদ্ধাৰ মৃতদেহটো।
Also Read: কহঁৰাৰ কদৰ্য পৰিৱেশত অতিষ্ঠ প্ৰত্যক্ষদৰ্শী