নাজিৰাত গা-ধুবলৈ গৈ সন্ধানহীন তিনি কিশোৰ...

নাজিৰাৰ শিমলুগুৰিত অঘটন। গা-ধুবলৈ গৈ দিখৌ নৈত সন্ধানহীন হয় ৩জনকৈ কিশোৰ।

author-image
Asomiya Pratidin
New Update
তিনিচুকীয়াত চাঞ্চল্যঃ স্বামীয়ে শিৰচ্ছেদ কৰিলে পত্নীক !

dangor kotha

ডিজিটেল ডেস্কঃ নাজিৰাৰ শিমলুগুৰিত অঘটন। গা-ধুবলৈ গৈ দিখৌ নৈত সন্ধানহীন হয় ৩জনকৈ কিশোৰ। সন্ধানহীন কিশোৰকেইজন ক্ৰমে বীৰ বাছফৰ, প্রেম বাছফৰ আৰু কৃষ্ণা বাছফৰ। তিনিওৰে ঘৰ শিমলুগুৰিৰ হৰিজন কলনিত বুলি জানিব পৰা গৈছে।

Advertisment

খবৰ অনুসৰি ৰমনী আলিত পথৰ কাষতে থকা ঘাটত গা-ধুবলৈ নামিছিল তিনিওজন কিশোৰ। গা-ধুই থকাৰ মুহূৰ্ততে সন্ধানহীন হৈ পৰে কিশোৰকেইজন। উল্লেখ্য যে, কিশোৰকেইজনৰ সন্ধানত এছ ডি আৰ এফ বাহিনীয়ে অভিযান চলাইছে।

Also Read: চহাৰ ভূমি বেদখলত নামিল ঢকুৱাখনাৰ পৌৰপতি

Assam police