মথুৰাপুৰত শংকৰদেৱ শিশু নিকেতনত বালক সন্মিলন

মথুৰাপুৰত শংকৰদেৱ শিশু নিকেতনত বালক সন্মিলন

author-image
Asomiya Pratidin
New Update
মথুৰাপুৰত শংকৰদেৱ শিশু নিকেতনত বালক সন্মিলন

ডিজিটেল সংবাদ, চৰাইদেউঃ বিদ্যাভাৰতী অখিল ভাৰতীয় শিক্ষা সংস্থানৰ সংবদ্ধ শিশু শিক্ষা সমিতি অসমৰ দ্বাৰা পৰিচালিত সোণাৰি সংকুলৰ বালক সন্মিলনখন শনিবাৰে চৰাইদেউ জিলাৰ মথুৰাপুৰ শংকৰদেৱ শিশু নিকেতনত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈ হয়।

Advertisment

অনুষ্ঠানৰ কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলন, বিজ্ঞানৰ মডেল প্ৰদৰ্শন, বিভিন্ন প্ৰতিযোগিতা আৰু বালকসকলে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন অনুষ্ঠানটো জীপাল কৰি তোলে৷ অনুষ্ঠানত সোণাৰি সংকুলৰ ৮খনকৈ শংকৰদেৱে শিশু নিকেতনৰ বালকসকলে অংশগ্ৰহণ কৰে ৷

Also Read: ধেমাজি বঙ্গালমাৰীত বাৰ্ষিক ভাওনা সোণালী জয়ন্তী মহোৎসৱৰ লাইখুঁটা স্থাপন

sankardev sishu niketan