/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/e125d3b1-f339-4ef4-970d-7f353b644cd9/bagh.jpg)
নাহৰফুটুকীৰ মৃত্যু
চাহ বাগিছাৰ নলাত পৰি নাহৰফুটুকীৰ মৃত্যু ।
চৰাইদেউ জিলাৰ সাপেখাটি বিষ্ণুপুৰ চাহ বাগিছাত সংঘটিত হৈছে এনে ঘটনা ।
বুধবাৰে আবেলি বাগিছাৰ শ্ৰমিকে প্ৰত্যক্ষ কৰে এনে ঘটনা ।
মৃত বাঘটো দেখি বাগিচা কৰ্তৃপক্ষৰ জড়িয়তে খবৰ দিয়ে বন বিভাগক ।
বন বিভাগ উপস্থিত হৈ উদ্ধাৰ কৰি নিয়ে নাহৰফুটুকীটো । ।
Also Read: ঘিলামৰাত ১'৫৫ কোটি টকীয়া পথ নে মৰণফাণ্ড...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us