/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/ad6fb441-0a84-4d39-ab2d-6fcc71bc1c6d/111.jpg)
-
প্রগতি নাৰ্ছিং হোমৰ ঘটনাক লৈ তদন্ত কমিটী গঠন
-
শিৱসাগৰৰ জিলা অতিৰিক্ত দণ্ডাধীশ চন্দন বৰুৱাৰ নেতৃত্বত গঠন কমিটী
-
কমিটীখনত আছে ৩গৰাকী চিকিৎসক, এগৰাকী ACS বিষয়া
-
তদন্ত কমিটীয়ে প্রতিবেদন দাখিল নকৰা পৰ্যন্ত বন্ধ থাকিব হাস্পতালখন
-
বৰ্তমান চিকিৎসালয়ত থকা ৰোগীসকলক আজিৰ ভিতৰত স্থানান্তৰ কৰিব লাগিব
-
তদন্ত কমিটীয়ে ১০ দিনৰ ভিতৰত প্রতিবেদন দাখিল কৰিব লাগিব
আৰু পঢ়ক : নাগালেণ্ডৰ ৱাখাত প্ৰাক নিৰ্বাচনী হিংসা