শিৱসাগৰ চাৰিঙত দম্পতীক প্রহাৰৰ ঘটনা ।
ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ অভিযুক্ত বিজেপি কৰ্মী অংশুমান বৰাক ।
গৌৰীসাগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অংশুমানক ।
বিজেপিৰ জনসভালৈ নোযোৱাৰ বাবে দম্পতীক প্রহাৰৰ অভিযোগ ।
বিজেপি যুৱ মৰ্চাৰ গৌৰীসাগৰ মণ্ডলৰ সাধাৰণ সম্পাদক অংশুমান বৰা ।