শিৱসাগৰত ভয়ংকৰ অগ্নিকাণ্ড...

শিৱসাগৰত ভয়ংকৰ অগ্নিকাণ্ড...
  • শিৱসাগৰত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ড ৷

  • শিৱসাগৰ চহৰৰ ১ নং ৱাৰ্ডৰ দৰবাৰ ফিল্ডত এটা বাসগৃহত সংঘটিত হয় এই অগ্নিকাণ্ড ৷

  • ৱাজিদ হুছেইন নামৰ ব্যক্তিজনৰ বাসগৃহৰ ওপৰ মহলত জুইৰ সূত্ৰপাত হয়।

  • বৰ্তমানৰলৈকে অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই।

  • ইতিমধ্যে অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে৷

শিৱসাগৰত ভয়ংকৰ অগ্নিকাণ্ড...
হাজিৰহাটত দলীয় কৰ্মীক কাণতলীয়া চৰ আজমলৰ..

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in