/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/aff2ab9f-8b52-4510-be41-51529d26b0ba/111.jpg)
শিৱসাগৰৰ নামতিত কিশোৰীক যৌন নিৰ্যাতন
নামতি চাৰিআলিৰ ব্যৱসায়ী বাবুল আলীৰ বিৰুদ্ধে অভিযোগ
১৩ বছৰীয়া এগৰাকী কিশোৰীক শাৰীৰিক, মানসিক নিৰ্যাতন
নাজিৰা আৰক্ষী, নামতি আৰক্ষীক এজাহাৰ দাখিল পৰিয়ালৰ
এজাহাৰ দাখিলৰ পিছতো ব্যৱস্থা গ্রহণ কৰা নাই আৰক্ষীয়ে
অভিযুক্তক ৰক্ষণা-বেক্ষণ দিয়াৰ অভিযোগ আৰক্ষীৰ বিৰুদ্ধে
Also Read: সন্মুখতেই ফুটব্ৰীজ, ৰাজপথ পাৰ হ'ব ৰেলিং জপিয়াই...