চৰাইদেউত বৰগোহাঞি বংশাৱলীৰ বিশেষ প্ৰতিনিধি সভা

চৰাইদেউত বৰগোহাঞি বংশাৱলীৰ বিশেষ প্ৰতিনিধি সভা

author-image
Asomiya Pratidin
New Update
চৰাইদেউত বৰগোহাঞি বংশাৱলীৰ বিশেষ প্ৰতিনিধি সভা

ডিজিটেল সংবাদ, চৰাইদেউঃ চৰাইদেউত বৰগোহাঞি বংশাৱলীৰ বিশেষ প্ৰতিনিধি সভা অনুষ্ঠিত কৰা হয় ৷ চৰাইদেউ পৰ্যটন নিগমৰ চ্যুকাফা অতিথি শালাত অনুষ্ঠিত কৰা হৈছে সভাখন ৷

Advertisment

এই প্ৰতিনিধি সভাত অসমৰ বিভিন্ন প্ৰান্তৰ বৰগোহাঞি বংশধৰসকলে অংশগ্ৰহণ কৰে৷ সভাত বৰগোহাঞি বংশাৱলীৰ শতবৰ্ষীয় অধিবেশনৰ প্ৰস্তুতি, বৰগোহাঞি বংশলতিকা, স্মৃতিগ্ৰন্থ প্ৰকাশ, পৰিয়াল সমীক্ষা পত্ৰ, সাংগঠনিক- সংবিধানকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰা হয়৷ সভাৰ পূৰ্বে চৰাইদেউ মৈদাম থলীত উপৰিপুৰুষসকলৰ শ্ৰদ্ধা জনাই বন্তি প্ৰজ্বলন কৰা হয় ৷

Also Read: মাকুমত নৃশংস ঘটনা : মছজিদৰ ইমামক ডিঙি ৰেপি হত্যা দুৰ্বৃত্তৰ

charaideo