শিৱসাগৰৰ আমগুৰিত সংঘটিত বিধ্বংসী অগ্নিকাণ্ড

dangor khabar
dangor khabar

ডিজিটেল ডেস্কঃ সোমবাৰৰ নিশা শিৱসাগৰৰ আমগুৰিত সংঘতিত হয় বিধ্বংসী অগ্নিকাণ্ড । আমগুৰি কছাৰী লাইন তিনিআলিত সংঘটিত হয় এই অগ্নিকাণ্ড । এই অগ্নিকাণ্ডত ভস্মীভূত ৬খনকৈ ব্যৱসায়িক প্রতিষ্ঠান ।

এই জুইত জাহ যায় অতি কমেও ৪০ লক্ষাধিক টকাৰ সা-সম্পত্তি । এইপৰ্যন্ত অগ্নিকাণ্ডৰ সূত্ৰপাতৰ সঠিক তথ্য পোৱা নাই। শ্বৰ্ট চাৰ্কিটৰ ফলতেই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ । ৩ খনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ সহায়ত এই জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়।

dangor khabar
সোৱণশিৰী ৰাজহ চক্ৰত ভূমি আবন্টন কেলেংকাৰী!

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in