/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/f37724c4-f189-45ea-ad09-281bcbe31664/14.jpg)
ডিজিটেল সংবাদ, চৰাইদেউঃ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে শনিবাৰে বৰ অসমৰ ভেঁটি গঢ়োঁতা চাওলুং চুকাফাৰ স্মৃতি বিজড়িত ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰত অসম দিৱস দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয় ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/bc7e3a59-d2a1-4e39-b8d0-7411b7cc550e/b66b1e02_d42c_4346_856c_4ad05efc37d0.jpg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/7f28d6cd-37bb-4448-8fa4-84cb1e3a6121/7c481b8a_e6d3_488d_84dd_46471ef3c861.jpg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/a604e2df-91c5-4cc7-8555-146ec42484aa/a9ce9663_88c5_4d61_97a2_eae4c4d1073b.jpg)
সন্ধিয়া অসম দিৱস উপলক্ষত মৈদাম প্ৰাংগণত চাওলুং চুকাফাই আগবঢ়াই যোৱা অসমীয়া জাতি গঠনৰ অৰিহণা, কৰ্মৰাজি স্মৰণ কৰি তেওঁ লোকলৈ শ্ৰদ্ধা নিবেদন কৰি ১০০১ গছি বন্তি প্ৰজ্বলন কৰা হয়। সদৌ টাই আহোম ছাত্ৰ সন্থাৰ চমুকৈ আটাছু’ৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগ চৰাইদেউত অনুষ্ঠিত হৈছিল অসম দিৱস ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/7609c4ce-8721-40a9-9723-c0ec958c18f0/e288a90e_4e89_4cc8_b9f4_f8e588cf8f90.jpg)
Also Read: শিপা অবিহনে জীয়াই থাকিবনে জাতি ?