/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/fce85cf4-68ea-423a-9003-d1c14efb003e/53.jpg)
ডিজিটেল সংবাদ,শিলচৰ : সোমবাৰে ত্ৰিপুৰা আৰক্ষীৰ ওচৰত মাৰণাস্ত্রসহ ৫জন NLFT সদস্যই আত্মসমৰ্পণ কৰে। ত্রিপুৰা আৰক্ষী আৰু সুৰক্ষা বলৰ ওচৰত আত্মসমৰ্পণ কৰে কেউগৰাকীয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/3df52ec3-5ffd-4677-9181-16ffa522e144/baae4a7e_9396_487c_af58_b48c38ff6dd2.jpg)
তেওঁলোক হৈছে নেতাজয় ৰিয়াং, মোহন্দা ৰিয়াং, সুকুমাৰ ৰেয়াং, কিৰণজিত ৰেয়াং আৰু বিষ্ণুৰাম ৰেয়াং। তেওঁলোকে বিভিন্ন অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰ জমা দি আত্মসমৰ্পণ কৰে। আগৰতলাৰ বিশেষ আৰক্ষী শাখাত আত্মসমৰ্পণ কৰে কেওজনে।
Also Read: ভোগালীৰ আনন্দ-উচাহৰ মাজতে ৰাজ্যৰ কেইবাঠাইতো বিক্ষিপ্ত ঘটনা