মাৰণাস্ত্রসহ ৫জন এন এল এফ টি কেডাৰৰ আত্মসমৰ্পণ

আগৰতলাৰ বিশেষ আৰক্ষী শাখাত আত্মসমৰ্পণ কৰে কেওজনে
মাৰণাস্ত্রসহ ৫জন এন এল এফ টি কেডাৰৰ আত্মসমৰ্পণ

ডিজিটেল সংবাদ,শিলচৰ : সোমবাৰে ত্ৰিপুৰা আৰক্ষীৰ ওচৰত মাৰণাস্ত্রসহ ৫জন NLFT সদস্যই আত্মসমৰ্পণ কৰে। ত্রিপুৰা আৰক্ষী আৰু সুৰক্ষা বলৰ ওচৰত আত্মসমৰ্পণ কৰে কেউগৰাকীয়ে।

তেওঁলোক হৈছে নেতাজয় ৰিয়াং, মোহন্দা ৰিয়াং, সুকুমাৰ ৰেয়াং, কিৰণজিত ৰেয়াং আৰু বিষ্ণুৰাম ৰেয়াং। তেওঁলোকে বিভিন্ন অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰ জমা দি আত্মসমৰ্পণ কৰে। আগৰতলাৰ বিশেষ আৰক্ষী শাখাত আত্মসমৰ্পণ কৰে কেওজনে।

মাৰণাস্ত্রসহ ৫জন এন এল এফ টি কেডাৰৰ আত্মসমৰ্পণ
ভোগালীৰ আনন্দ-উচাহৰ মাজতে ৰাজ্যৰ কেইবাঠাইতো বিক্ষিপ্ত ঘটনা

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in